মৎস্য চিকাৰ প্ৰতিযােগিতাৰ বাবে তীব্ৰ যান-জঁট, এম্বুলেন্সতে সন্তান প্ৰসৱ মহিলাৰ, সদ্যােজাতৰ মৃত্যু

meghalaya news Infant Death in Ambulance in Meghalaya

নিউজ ডেস্ক। এক অতি কৰুণ ঘটনা। মৎস্য চিকাৰ প্ৰতিযােগিতাৰ (Fishing Competition) বাবে সৃষ্টি হােৱা তীব্ৰ যান-জঁটৰ ফলত বন্ধ হৈ পৰা ৰাজপথত আবদ্ধ এম্বুলেন্সৰ (Ambulance) ভিতৰতে সন্তান প্ৰসৱ এগৰাকী মহিলাৰ। চিকিৎসালয়লৈ নিয়াৰ পথত এম্বুলেন্সত সন্তান প্ৰসৱ হােৱাৰ পিছতে যান-জঁটৰ (Traffic Jam) বাবে সময়মতে চিকিৎসালয়ত উপস্থিত হ’ব নােৱাৰাৰ বাবে এম্বুলেন্সতে ছটফটাই মৃত্যুবৰণ কৰিলে সদ্যােজাত শিশুৱে। Our Telegram … Read more