মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মা (Devashish Sharma) কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ নির্বাচিত
নিউজ ডেস্ক। ‘দীপশিখা ফাউণ্ডেশ্যন’ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে ৰাজ্যৰ কৰ্কট ৰােগীসকলৰ বাবে দীৰ্ঘদিন ধৰি নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শর্মা (Devashish Sharma) কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নির্বাচিত। Also Read: Devashish Sharma Elected as Chairman of Cancer Care India সৰ্বভাৰতীয় পর্যায়ৰ এই গুৰুত্বপূর্ণ সংগঠনৰ অধ্যক্ষ হিচাপে নির্বাচিত ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া দেৱাশিস … Read more