ৰহস্যজনক! পুখুৰীত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ
নিউজ ডেস্ক। ৰাজ্যত (Assam) পুনৰ ৰহস্যজনকভাৱে মৃত্যু বিবাহিত মহিলাৰ (Suspicious Death)। পুখুৰীত (Pond) উদ্ধাৰ মহিলাগৰাকীৰ লগতে কণমানি কন্যা সন্তানৰ মৃতদেহ। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য নলবাৰী (Nalbari) জিলাৰ (District) দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত লচিমা গাঁৱত। জানিব পৰা মতে, মৃত ৰুণজুনি বেগম (২৪) নামৰ মহিলাগৰাকী গাঁওখনৰ বাসিন্দা আইনুল আলী পত্নী। চুবুৰীয়া পৰিয়াল এটিৰ ঘৰৰ পিচফালৰ পুখুৰীত উদ্ধাৰ … Read more