নতুনকৈ ক্ৰয় কৰা গাড়ীয়েই যেন কাল হ’ল নিৰ্মলৰ, দুৰ্ঘটনাত বন্ধুসহ হেৰুৱালে প্ৰাণ
নিউজ ডেস্ক। এক অতি মৰ্মান্তিক ঘটনা! নতুনকৈ ক্ৰয় কৰা গাড়ীয়েই যেন কাল হ’ল এগৰাকী যুৱ ব্যৱসায়ীৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত বন্ধুসহ প্ৰাণ হেৰুৱালে যুৱ ব্যৱসায়ীজনে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হ’ল আন দুজন বন্ধু। এই দুৰ্ঘটনাৰ স্থান বৰপেটাৰােডৰ শিমলাগুৰি। জানিব পৰা মতে, সৰভোগৰ নিৰ্মল দাস নামৰ এজন যুৱ ব্যবসায়ীয়ে বুধবাৰে এখন অল্ট’ কে টেন বাহন ক্ৰয় কৰিছিল। … Read more