Assam News: নিৰ্লজ্জ কাণ্ড! দুই পিতৃহাৰা ভগ্নীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল শিক্ষক…

NE8 1

নিউজ ডেস্ক। পুনৰ গুৰু (Teacher) শিষ্যৰ (Student) পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে এগৰাকী লম্পট প্ৰকৃতিৰ শিক্ষকে। প্ৰায় ৩ বছৰ পূৰ্বে পিতৃক হেৰুওৱা দুই ভগ্নীক ইংৰাজী (English) বিষয়ত টিউচন (Tuition) কৰিবলৈ যােৱা শিক্ষকগৰকাকীয়ে যৌন নিৰ্যাতন (Sexual Abuse) চলাই ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল। এইবাৰ ঘটনাৰ স্থান শিৱসাগৰ (Sibsagar) জিলাৰ আমগুৰি (Amguri)। ৰঙাঘৰৰ আলহী হােৱা অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ নাম আব্দুল … Read more