৩১ জুলাইলৈ বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাৰ লগতে বন্ধ থাকিব ৰে’ল আৰু মেট্ৰ ৰে’ল সেৱা !

৩১ জুলাইলৈ বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাৰ লগতে বন্ধ থাকিব ৰে’ল আৰু মেট্ৰ ৰে’ল সেৱা !

June 30, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ৩১ জুলাইলৈ বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা ।

লগতে বন্ধ থাকিব বন্ধ থাকিব ৰে’ল আৰু মেট্ৰ ৰে’ল সেৱা ।

আনহাতে কণ্টেইনমেণ্ট জ’নসমূহতো ৩১ জুলাইলৈ অব্যাহত থাকিব লকডাউন ।

কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত নীতি-নিৰ্দেশনা জাৰি কৰিছে ।