ভাৰত চৰকাৰে বন্ধ কৰা চীনা এফ সন্দৰ্ভত কি ক’লে TikTok কৰ্তৃপক্ষই ?

ভাৰত চৰকাৰে বন্ধ কৰা চীনা এফ সন্দৰ্ভত কি ক’লে TikTok কৰ্তৃপক্ষই ?

June 30, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ভাৰত-চীনৰ সংঘাতৰ মাজতে সোমবাৰে ভাৰতে ৫৯টা চীনা এপছ ভাৰতত নিষিদ্ধ কৰা হয় ।

ভাৰত চৰকাৰৰ নিৰ্দেশক লৈ শেহতীয়াকৈ টিকটক কৰ্তৃপক্ষই আগবঢ়াইছে মতামত ।

টিকটক কৰ্তৃপক্ষই জনোৱা অনুসৰি ভাৰত চৰকাৰৰ যি নিৰ্দেশ তাক পালন কৰাৰ বাবে সকলো প্ৰক্ৰিয়া আগবঢ়াইছে তেওঁলোকে ।

ইতিমধ্যে গুগল প্লে ষ্টৰ আৰু আই ফোনৰ পৰা টিকটক আতৰোৱা হৈছে ।

ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰদেক্ষপ অনুসৰিয়েই তেওলোকে সকলো কাম কৰি গৈছে বুলি মন্তব্য কৰে টিকটক কৰ্তৃপক্ষই ।