ডাঙৰ খবৰ ! ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ ৩গৰাকী ৰোগীৰ মৃত্যু…

ডাঙৰ খবৰ ! ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ ৩গৰাকী ৰোগীৰ মৃত্যু…

July 12, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- অসমত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে ।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

ৰাজ্যত পুনৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হ’ল ৩ গৰাকী লোকৰ ।

মৃত তিনিওগৰাকী ৰোগী জি এম চি এইচৰ আই চি ইউত ভৰ্তি হৈ আছিল ।

মৃত ৰোগী কেইজন হৈছে- নিলাক্ষী সিং(৪০), গুৱাহাটী, অজিত কুমাৰ(৬৩) নগাঁও, সুভাৱতী দেৱী (৫৫)।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা ।