ৰাম মন্দিৰৰ ভূমি পূজনকলৈ সুখী এগৰাকী ইছলামধৰ্মী যুৱতী ! হাতত লিখিলে ‘জয় শ্ৰী ৰাম’…

ৰাম মন্দিৰৰ ভূমি পূজনকলৈ সুখী এগৰাকী ইছলামধৰ্মী যুৱতী ! হাতত লিখিলে ‘জয় শ্ৰী ৰাম’…

August 1, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে এগৰাকী ইছলামধৰ্মাৱলম্বী যুৱতীয়ে।

ৰাম মন্দিৰৰ ভূমি পূজনৰ পূৰ্বে হাতত টাটুৰে লিখি ল’লে জয় শ্ৰী ৰাম ।

 ট্যেটু নিৰ্মাতা জনেও বিনামূলীয়াকৈ ইক্ৰাক কৰি দিলে ট্যেটু।

৫ আগষ্টত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে হ’ব ভূমি পূজন । এই উত্‍সৱৰ বাবে এতিয়া আগ্ৰহেৰে ৰৈ আছে সমগ্ৰ দেশবাসী ।

এই ৰাম মন্দিৰৰ ভূমি পূজনকলৈ সুখী এগৰাকী ইছলামধৰ্মী যুৱতী ।

 ইক্ৰাৰ সপোন আছিল যে, অযোধ্যত নিৰ্মাণ হওক ৰাম মন্দিৰ। আৰু ভূমি পূজনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থিত কৰি ল’লে নিজ হাতত ৰামৰ নামত ট্যেটু।

নিজৰ হাতত বনালে শ্ৰীৰামৰ নামত পাৰ্মানেণ্ট টাটু ।

যুৱতীগৰাকীৰ নাম ইক্ৰা খান ।

 ৫ আগষ্টত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে হ’ব ভূমি পূজন। এই উত্‍সৱৰ বাবে এতিয়া আগ্ৰহেৰে ৰৈ আছে সমগ্ৰ দেশবাসী। তাৰ মাজতে এগৰাকী মুছলমান যুৱতীয়ে দেখুৱালে সমন্বয়ৰ নিদৰ্শন।

বাৰানসীৰ চিগৰাস্থিত এখন টাটু ষ্টেচনত উপস্থিত হৈ ইছলামধৰ্মী যুৱতী ইক্ৰা খানে হাতত লিখি লয় জয় শ্ৰী ৰাম ।