AIUDFৰ মুৰব্বী তথা সাংসদ মৌলানা হজৰত বদৰুদ্দিন আজমল  অসুস্থ !

AIUDFৰ মুৰব্বী তথা সাংসদ মৌলানা হজৰত বদৰুদ্দিন আজমল অসুস্থ !

July 10, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- AIUDFৰ মুৰব্বী তথা ধুবুৰী লোক সভা সমষ্টিৰ সাংসদ মৌলানা হজৰত বদৰুদ্দিন আজমল  অসুস্থ ।

যোৱা এসপ্তাহ ধৰি শাৰীৰিক ভাবে অসুস্থ হৈ আছে সাংসদগৰাকী ।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি বদৰুদ্দিন আজমল সম্প্ৰতি মুম্বাইৰ নিজ বাসগৃহতে জিৰণি লৈ আছে ।

অৱশ্যে এই অসুস্থতা সামান্য বুলি জনাইছে চিকিত্‍সকে ।

ইফালে এনে সময়ত ৰাইজৰ কাষত থাকিব নোৱাৰি ছচিয়েল মিডিয়াৰ জৰিয়তে দুখ প্ৰকাশ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত বদৰুদ্দিন আজমল ।