গুৱাহাটীৰ সীমান্তৱৰ্তী বৰ্ণিহাটৰ পৰা যোৰাবাট হৈ খানাপাৰালৈ লক ডাউন ঘোষণা মেঘালয় চৰকাৰৰ !

গুৱাহাটীৰ সীমান্তৱৰ্তী বৰ্ণিহাটৰ পৰা যোৰাবাট হৈ খানাপাৰালৈ লক ডাউন ঘোষণা মেঘালয় চৰকাৰৰ !

June 29, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে ।

অসমৰ লগতে চুবুৰীয়া ৰাজ্য সমূহতো দেখিবলৈ পোৱা গৈছে কৰ’ণাৰ সংক্ৰমণ ।

Image

এইবাৰ গুৱাহাটীৰ সমীপৱৰ্তী বৰ্ণিহাটৰ পৰা যোৰাবাট হৈ খানাপাৰালৈ লক ডাউন ঘোষণা কৰা হৈছে ।

মেঘালয় চৰকাৰে ঘোষণা কৰিছে সম্পূৰ্ণ লক ডাউনৰ ঘোষণা ।

অসমত ভয়ানক ৰূপ ধাৰণ কৰা প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছ মেঘালয় চৰকাৰে ।

Image

দুই ৰাজ্যৰ যানবাহন চলাচলতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা ।

উপায়ুক্তসকলক বিতং জাননী জাৰি কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ।

Image