IPLত অন্তৰ্ভুক্ত দুটা নতুন দল, লক্ষ্ণৌ আৰু আহমেদাবাদক লৈ মুঠ দলৰ সংখ্যা ১০টালৈ বৃদ্ধি…

IPLত অন্তৰ্ভুক্ত হ’ল দুটাকৈ নতুন দলৰ।

লক্ষ্ণৌ আৰু আহমেদাবাদক লৈ মুঠ দলৰ সংখ্যা ১০টালৈ বৃদ্ধি।

নতুনকৈ ঘোষণা কৰা দল দুটাই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰু গুজৰাটৰ আহমেদাবাদক প্ৰতিনিধিত্ব কৰিব।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সোমবাৰে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে।

দুয়োটা নতুন আই পি এল দলে ২০২২ চনৰ আই পি এলত অংশগ্ৰহণ কৰিব।

CVC কেপিটেললৈ আহমেদাবাদ দল আৰু RPSG গ্ৰুপে লাভ কৰিলে লক্ষ্ণৌদলৰ স্বত্তাধিকাৰ।

আহমেদাবাদ আৰু লক্ষ্ণৌ ফ্ৰেঞ্চাইজি দুটা ক্ৰমে ৫২০০ কোটি টকা আৰু ৭২০০ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰে।

Leave a Comment