ভাল খবৰ ! ১৫ আগষ্টৰ ভিতৰত প্ৰাদেশীকৰণ কৰা হ’ব ১৯৭খন হাইস্কুল…

ভাল খবৰ ! ১৫ আগষ্টৰ ভিতৰত প্ৰাদেশীকৰণ কৰা হ’ব ১৯৭খন হাইস্কুল…

August 1, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ৰাজ্যৰ শিক্ষ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল ।

১৫ আগষ্টৰ ভিতৰত প্ৰাদেশীকৰণ কৰা হব ১৯৭খন হাইস্কুল ।

লগতে ৩৩৫৯জন মাধ্যমিক স্কুলৰ শিক্ষকক প্ৰাদেশিকৃত কৰা হব।

প্ৰাদেশীকৰণৰ পথত মুঠ ৩৫৫খন শিক্ষানুষ্ঠান ।

ইয়াৰ ভিতৰত আছে ১৪৯খন কনিষ্ঠ মহাবিদ্যালয়ো ।

Press meet from Janata Bhawan

Press meet from Janata Bhawan

Posted by Himanta Biswa Sarma on Friday, July 31, 2020

লগতে অসমৰ ১৬খন কলেজত বিজ্ঞান শাখা অন্তভূৰ্ক্তি ।

আনহাতে ১১৯খন চাহ বাগিছা বিদ্যালয়ৰ কাম চলিত বৰ্ষৰ ২ অক্টোবৰত পৰা আৰম্ভ হব বুলি সংবাদমেলত সদৰি কৰিছে মন্ত্ৰী গৰাকীয়ে ।

প্ৰতিখন বিদ্যালয়ত ১কোটি ১৯লাখ টকা অনুমোদন চৰকাৰৰ ।