Tue. Nov 24th, 2020
quotes in assamese

মহৎ লােকৰ বাণী (10 Quotes in Assamese)

মহৎ লােকৰ বাণী

১. যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নােৱাৰে, তেওঁৰ জীৱনৰ কােনাে অৰ্থ নাই।

(মন্টেইন)

মহৎ লােকৰ বাণী (Quotes in Assamese)

২. বিদ্যা মানৱ মনৰ দীপ্তি। ইয়াৰ পােহৰত মানুহে ধন, মান আৰু যশস্যা লাভ কৰে – মন্টেইন।

(সত্যনাথ বৰা)

৩. কােনাে সমস্যাকে কাহানিও তােমাৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা। বৰং সমস্যাকহে তােমাৰ অধীন কৰা আৰু নিঃশেষ কৰা।

(ডাঃ এ. পি. জে. আব্দুল কালাম)

৪. কাহানিও ধৈৰ্য তথা সাহস নেহেৰুৱাব। কাহানিও হতাশ নহ’ব। যদি হতাশাে হয়, তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব।

(এডমাণ্ড বাৰ্ক)

৫. আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতাে সিমানেই উজ্বল হ’ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পােহৰ হ’বই।

(জ্যােতি প্ৰসাদ আগৰৱালা)

৬. খং নকৰিবা, নিজৰে সৰ্বনাশ হ’ব। অহংকাৰ নকৰিবা, পতন হ’ব। কাকাে ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ’বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা।

(স্বামী বিবেকানন্দ)

৭. জীৱনত নিজকে কেতিয়াও আনৰ লগত তুলনা নকৰিব, যদি কৰে তেন্তে আপুনি নিজকে অসন্মান কৰিব।

(বিল গেটছ্)

৮. ইচ্ছা কৰিলে, সাধাৰণ মানুহেও নিজকে অসাধাৰণ কৰি তুলিব পাৰে।

(ইলােন মাস্ক)

৯. নিজৰ সপােন তথা হৃদয়ক অনুসৰণ কৰাটাে গুৰুত্বপূৰ্ণ। এনে কিছু কাম কৰা যি কামে তােমাক উৎসাহ যােগায়।

(সুন্দৰ পিচাই)

১੦. যেতিয়ালৈ তােমাৰ দৃষ্টি লক্ষ্যৰ ওপৰত নিবদ্ধ থাকিব, কােনাে বাধাই তােমাৰ চকুত নপৰে।

(শিৱ খেৰা)