২০২১ৰ ৩১ মাৰ্চলৈ বৃদ্ধি আধাৰৰ সৈতে পান কাৰ্ড লিংক কৰাৰ সময়সীমা !

২০২১ৰ ৩১ মাৰ্চলৈ বৃদ্ধি আধাৰৰ সৈতে পান কাৰ্ড লিংক কৰাৰ সময়সীমা !

July 7, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ।

প্ৰতিদিনে ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে আধাৰৰ সৈতে পান কাৰ্ড লিংক কৰাৰ সন্দৰ্ভত বৃদ্ধি কৰিলে সময়সীমা ।

২০২১ ৰ ৩১ মাৰ্চলৈকে বৃদ্ধি কৰা হ’ল আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক কৰাৰ সময়সীমা ।

সোমবাৰে আয়কৰ বিভাগে জাৰি কৰে এই নিৰ্দেশনা ।

দেশত কৰ’ণাৰ সংহাৰ তথা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ।