ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে ৰঙীন টেলিভিছন ছেটৰ আমদানি !

ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে ৰঙীন টেলিভিছন ছেটৰ আমদানি !

July 31, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- চীনৰ বিৰুদ্ধে আন এক অৰ্থনৈতিক আঘাত ভাৰতৰ ।

এইবাৰ ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে ৰঙীন টেলিভিছন ছেটৰ আমদানি ।

Image

চৰকাৰে ঘৰুৱা উৎপাদনক উৎসাহ যোগোৱাৰ উদ্দেশ্যেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব দিছে ।

উল্লেখ্য যে, চীনৰ পৰা বৃহৎ পৰিমানৰ ৰঙীন টিভি ভাৰতলৈ আমদানি কৰা হয় ।

ইপিনে, ভাৰতৰ এই সিদ্ধান্তৰ ফলত চীন বৃহৎ লোকচানৰ সন্মুখীন হ’ব ।

ভাৰতত ৰঙীন টিভি ৰপ্তানি কৰা দেশসমূহৰ ভিতৰত আটাইতকৈ শীৰ্ষত আছে চীন ।