GMCHত চাঞ্চল্যকৰ ঘটনা! বিল্ডিঙৰ পৰা জঁপিয়ালে এগৰাকী ৰোগীৰ আত্মীয়ই…

GMCHত পুৱাই চাঞ্চল্যকৰ ঘটনা।

GMCHৰ বিল্ডিঙৰ পৰা জঁপিয়ালে এগৰাকী লোকে।

যাৰ ফত গুৰুতৰভাৱে আহত হৈছে লোকজন।

আপাতকালীন বিল্ডিঙৰ তলত পৰি থৰা অৱস্থাত উদ্ধাৰ হৈছে লোকজন।

লোকজনৰ বয়স ২৭ বছৰ বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে পুৱা ৬ঃ৫৬ বজাত সংঘটিত হৈছে এই ঘটনা।

যুৱকজন কোনো ৰোগীৰ আত্মীয় বুলি সন্দেহ কৰা হৈছে।

বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যুৱকজন।

সমগ্ৰ ঘটনাৰ তথ্য প্ৰকাশ কৰা নাই হাস্পতাল কৰ্তৃপক্ষই।