GMC কেলেংকাৰীৰ অন্যতম অভিযুক্ত মিঠু আগৰৱালক ৫ দিনৰ বাবে CM ভিজিলেঞ্চৰ জিম্মালৈ প্রেৰণ

GMC কেলেংকাৰীৰ অন্যতম অভিযুক্ত মিঠু আগৰৱালক ৫ দিনৰ বাবে CM ভিজিলেঞ্চৰ জিম্মালৈ প্রেৰণ।

বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল মিঠু আগৰৱালা।

লুক আউট ন’টিচ জাৰি কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে।

২৩ নৱেম্বৰত পলাতক ঘোষণা কৰিছিল মিঠু আগৰৱালাক।

দীৰ্ঘদিনে ধৰি আত্মগোপন কৰি আছিল মিঠু আগৰৱালা।