অসম
GMCৰ বোকা নিষ্কাষণ কেলেংকাৰিত জড়িত সহকাৰী অভিযন্তা প্ৰদীপ শৰ্মাক গ্ৰেপ্তাৰ…

GMCৰ বোকা নিষ্কাষণ কেলেংকাৰিত জড়িত আন এজনক গ্ৰেপ্তাৰ।
সহকাৰী অভিযন্তা প্ৰদীপ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে।
গুৱাহাটীৰ পৰা CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে শৰ্মাক।
তছদিকুৰ ৰহমানৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ প্ৰদীপ শৰ্মাক।