বৰপেটাৰ সুযোগ্য সন্তান গৌৰাঙ্গলাল দাসক টাইৱানত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি !

বৰপেটাৰ সুযোগ্য সন্তান গৌৰাঙ্গলাল দাসক টাইৱানত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি !

July 12, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- অসমবাসীৰ বাবে এক ভাল খবৰ ।

বৰপেটাৰ সুযোগ্য সন্তান গৌৰাঙ্গলাল দাসক টাইৱানৰ ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি দিয়া হৈছে ৷

গৌৰাংগলাল দাসে ১৯৯৯ চনত ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰে আৰু বৰ্তমান আমেৰিকাত থকা ভাৰতীয় দূতবাসত যুটীয়া সচিব হিচাবে কৰ্মৰত হৈ আছে

অত্যন্ত মেধাৱী গৌৰাঙ্গলাল দাস বৰপেটা চহৰৰ মেটুৱাকুছিৰ প্ৰয়াত ডাঃ মতিলাল দাসৰ পুত্ৰ ৷

তেখেতৰ এই নিযুক্তিত যথেষ্ট গৰ্ব অনুভৱ কৰিছে বৰপেটাৰ লগতে সমগ্ৰ বৰপেটা জিলাবাসীয়ে ।