Fri. Jan 15th, 2021

ৰিপ’ৰ্টঃ অনুপ দাস। সাংবাদিকক সম্বৰ্ধনা আৰু মাক্স চেনিটাইজাৰ বিতৰন সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ । কামৰূপ জিলা সদৰ আমিনগাঁৱৰ সাংবাদিক সকলৰ কষ্ট আৰু ত্যাগক সন্মান জনাই একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই ।

NORTH GUWAHATI

NORTH GUWAHATI

Posted by NEWS8 Northeast on Friday, May 1, 2020

ইয়াৰোপৰি প্ৰতিজন সাংবাদিকৰ মাজত মাক্স আৰু চেনিটাইজাৰৰ বটল উপহাৰ দিয়ে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ।

NORTH GUWAHATI

NORTH GUWAHATI

Posted by NEWS8 Northeast on Friday, May 1, 2020

উক্ত কাৰ্য্যসূচীত অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰকাশ দাস, তথ্য আৰু কাৰ্য্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ ডেকা, সম্পাদক হেমন্ত দাস, সাংগঠনিক সম্পাদক দিপাঙ্কৰ শৰ্মাকে আদি কৰি কামৰূপ জিলাৰ বিষয় ববীয়াই ।

NORTH GUWAHATI

NORTH GUWAHATI

Posted by NEWS8 Northeast on Friday, May 1, 2020

সাংবাদিক সকলে এই লক ডাউনৰ সময়তো নিজৰ নিৰাপত্তাৰ কথা নেভাবি দিনে নিশাই সেৱা আগবঢ়াই যোৱা কাৰ্য্যৰ শলাগ লয় ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে ।

NORTH GUWAHATI

NORTH GUWAHATI

Posted by NEWS8 Northeast on Friday, May 1, 2020