CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা…

CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা।

অহা ২৬ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব দশম আৰু দ্বাদশৰ টাৰ্ম ২ পৰীক্ষা।

দশম শ্ৰেণীৰ পৰীক্ষাৰ অন্তিম দিন ২৪ মে’।

আনহাতে ১৫ জুনত সমাপ্ত হ’ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।

Leave a Comment