মেঘালয়
-
মেঘালয়ঃ হঠাতে খহি পৰিল নিৰ্মীয়মান নতুন বিধানসভা ভৱনৰ গম্বুজসহ চৌহদৰ বৃহৎ অংশ
নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ নিৰ্মীয়মান নতুন বিধানসভা চৌহদত অঘটন। পুৱতি নিশা হঠাতে খহি পৰিল বিধানসভা চৌহদৰ বৃহৎ আকৃতিত গম্বুজসহ…
Read More » -
অসম-মেঘালয়ত প্ৰবল বৃষ্টিপাতৰ আগজাননী, অৰেঞ্জ এলাৰ্ট জাৰি
নিউজ ডেস্কঃ বঙ্গোপ সাগৰৰ আন্দামানৰ দক্ষিণ উপকূলীয় অঞ্চলত ১০ মে’ত সৃষ্টি হোৱা সাগৰীয় ধুমুহা অছানিয়ে অন্ধ্রপ্রদেশ, ওড়িশা আৰু পশ্চিমবংগ আৰু…
Read More » -
গৰু, ড্ৰাগছ নহয়, এইবাৰ বাংলাদেশলৈ সৰবৰাহৰ সময়ত জব্দ হ’ল এই বিশেষ সামগ্ৰী…
নিউজ ডেস্ক। চোৰাং গৰু, ড্ৰাগছ বা অন্য নিচাজাতীয় সামগ্ৰী নহয়, এইবাৰ বাংলাদেশ সীমান্তত জব্দ হ’ল বৃহৎ পৰিমাণৰ মানুহৰ চুলি। বৃহস্পতিবাৰে…
Read More » -
৩ বাংলাদেশী গৰু সৰবৰাহকাৰীক আটক বিএছএফৰ
নিউজ ডেস্ক। বাংলাদেশলৈ গৰুৰ চােৰাং বেহা অব্যাহত থকাৰ মাজতে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ অভিযানত আটক হ’ল ৩ টাকৈ বাংলাদেশী…
Read More » -
মেঘালয়ৰ নিৰাপত্তা সন্দৰ্ভত আলোচনাৰ বাবে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাৰ
মেঘালায়ৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে বৃহস্পতিবাৰে ৰাজ্যপাল সত্যপাল মালিক আৰু মুখ্যমন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ কৰে ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ…
Read More » -
অসম-মেঘালয় সীমান্তত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ, ৩ জনক আটক
নিউজ ডেস্ক। আছাম ৰাইফলছৰ চােৰাংচােৱাৰ খবৰৰ ভিত্তিত অসম-মেঘালয় সীমান্তত জব্দ হ’ল বৃহৎ পৰিমাণৰ বিস্ফােৰক সামগ্ৰী। মেঘালয় আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অসম-মেঘালয়…
Read More » -
মেঘালয়ত নৈশ সান্ধ্য আইন প্ৰত্যাহাৰ, ৰাজ্যত প্ৰৱেশৰ বাবে প্ৰয়োজন নহয় RT-PCR ৰিপ’ৰ্ট
নিউজ ডেস্ক। কোভিড সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত মেঘালয়ত শিথিল কৰা হৈছে কোভিড নিষেধাজ্ঞা। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বুধবাৰে জানিবলৈ…
Read More » -
মেঘালয়ত কংগ্ৰেছত মোক্ষম আঘাতঃ অৱশিষ্ট ৫ বিধায়কে দল ত্যাগ কৰি যোগদান কৰিলে এমডিএত…
মেঘালয়ত কংগ্ৰেছত মোক্ষম আঘাত। অৱশিষ্ট ৫ কংগ্ৰেছ বিধায়কে দল ত্যাগ কৰি যোগদান কৰিলে এমডিএত। কংগ্ৰেছ এৰি এমডিএত যোগদান কৰা পাঁচজন…
Read More » -
শ্বিলংঃ পুলিচ বজাৰত IED বিস্ফোৰণ দায়িত্ব স্বীকাৰ HNLC উগ্ৰপন্থী সংগঠনৰ
নিউজ ডেস্ক। দেওবাৰে নিশা মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ ব্যস্ততম পুলিচ বজাৰত সংঘটিত আই ই ডি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ৰাজ্যখনৰ…
Read More » -
ভয়ংকৰ IED বিস্ফোৰণে কঁপাই গ’ল শ্বিলঙৰ পুলিচ বজাৰ…
দেওবাৰে শ্বিলঙৰ পুলিচ বজাৰত সংঘটিত হয় এক ভয়ংকৰ IED বিস্ফোৰণৰ ঘটনা। সন্ধিয়া প্ৰায় ৬.৪০ বজাত পুলিচ বজাৰৰ বিখ্যাত দিল্লী মিষ্টান…
Read More »