Fri. Jan 15th, 2021

Category: NORTHEAST

Latest news from Northeast India in Hindi, Assamese, English & Bangla languages

ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ সন্মুখত বোমা বিস্ফোৰণ, দুজন আহত!

ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ সন্মুখত বোমা বিস্ফোৰণৰ ঘটনা। সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বোমা বিস্ফোৰণত এজন ৪০ বছৰীয়া লোক আৰু…

ৰাজ্যত পুনৰ ২৬ ৰ পৰা ২৯ জুলাইলৈ ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ !

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ৰাজ্যত উজনীৰ পৰা নামনিলৈ অব্যাহত আছে বানৰ সংহাৰ । প্ৰায়ে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে…

সময়সীমা ২੦২৩! উত্তৰ পূবৰ সকলো ৰাজ্যৰ ৰাজধানী সংযোজিত হ’ব ৰেল সেৱাৰে

দিব্যজ্যােতি ৰাজখােৱা। মহামাৰীৰ সময়তো উত্তৰ পূৱ বাসীৰ বাবে এক ভাল খবৰ। ভাৰতীয় ৰে’ল বিভাগে ঘোষণা কৰিছে এক নতুন খবৰ। ২০২৩…

NEPA ৰ সঞ্চালক হিচাপে অসম আৰক্ষীৰ এ ডি জি দীপক কুমাৰৰ কাৰ্যভাৰ গ্ৰহণ

নিউজ ডেস্ক। মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ সমীপৰ বৰাপানীত থকা উত্তৰ পূব আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ NEPAৰ সঞ্চালক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে…

ঘৰ নিৰ্মাণৰ বাবে মাটি খান্দােতে ওলাল বিশ্বযুদ্ধৰ বিস্ফােৰক সামগ্ৰী!

নিউজ ডেস্ক। দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে সমগ্ৰ উত্তৰ পূবত। এইবাৰ মণিপুৰত উদ্ধাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ বিস্ফোৰক সামগ্ৰী।…

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, আগন্তুক ১৯-২১ জুলাই লৈকে হ’ব মূষলধাৰ বৰষুণ

দিব্যজ্যােতি ৰাজখােৱা। বিগত কিছুদিন ধৰি ৰাজ্যত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে পুনৰ বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান…

অসম তথা উত্তৰ-পূবত আগন্তুক ৪৮ ঘণ্টাত হ’ব পাৰে মূষলধাৰ বৰষুণ !

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ৰাজ্যত বানৰ সংহাৰী ৰূপৰ লগতে অব্যাহত আছে বৰষুণ । নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ লগতে নৈ-উপ…

লক্ষ্য চীন-ম্যানমাৰ সীমান্ত! অসমত মােতায়েন অত্যাধুনিক চিনুক হেলিকপ্টাৰ

ডিব্ৰুগড়ৰ মােহনবাৰী বায়ুসেনা ঘাটিত মােতায়েন চিনুক হেলিকপ্টাৰ নিউজ ডেস্ক। শেহতীয়াভাৱে ভাৰত-চীন সীমান্তত সৃষ্টি হােৱা উত্তেজনাময় পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা…

সেনা-আৰক্ষীৰ যুটীয়া অভিযানত অৰুণাচলৰ চাংলাং জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ !

ৰিপ’ৰ্টঃ নিউজ ডেক্স দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ । তাৰ মাজতে সেনা আৰক্ষীৰ বৃহৎ সফলতা । অৰুণাচলৰ চাংলাং…