Category: NATIONAL

National News in Hindi, English, Assamese & Bangla languages.

May 17, 2021 0

পুনৰ তোলপাৰ পশ্চিম বংগৰ ৰাজনীতি! মন্ত্ৰী, বিধায়ক সহ নিগমৰ অধ্যক্ষক গ্ৰেপ্তাৰ চি বি আইৰ

By NEWS DESK

নিউজ ডেস্ক। যি সময়ত সমগ্ৰ পশ্চিম বংগত কোৰোনাই লৈছে কাল ৰূপ। তেনে সময়তে নাৰদা কাণ্ডই লৈছে নতুন মােৰ। সোমবাৰে পুৱাই…

May 17, 2021 0

মন্ত্ৰী-সাংসদ হ’ব এংকৰ, সেনা প্ৰধানে ক’ব দেশৰ সীমান্তৰ শেহতীয়া কথা! নতুন চৰকাৰী টিভি চেনেল

By NEWS DESK

নিউজ ডেস্ক। দেশৰ দূৰদৰ্শন জগতত সংযোজিত হবলৈ গৈ আছে এক ঐতিহাসিক অনুষ্ঠান। ৰাজ্যসভা টিভি আৰু লােকসভা টিভিৰ সংযােজন ঘটাই আৰম্ভ…

May 17, 2021 0

একেলগে জন্ম-একেলগে মৃত্যু! ক’ভিড-১৯ৰ পৰা সুস্থ হৈও মৃত্যু দুই যমজ অভিযন্তা ভাতৃৰ

By NEWS DESK

নিউজ ডেস্ক। সাধাৰণতে কোৱা হয় যে যমজ সন্তানৰ সকলো কাম প্ৰায় একেলগেই হয়। কিন্তু মৃত্যুও যে একেলগে হয় তেনে কোনো…

May 17, 2021 0

অক্সিজেন! ২੦ বছৰ ধৰি নিয়মীয়াকৈ আঁহত গছৰ ওপৰত চকীত বহে এজন লােক

By NEWS DESK

নিউজ ডেস্ক। দেশত মহামাৰী কোৰোনাই লৈছে ভয়ংকৰ ৰূপ। কোৰোনাত আক্ৰান্ত বহুতৰে অক্সিজেনৰ অভাৱত হৈছে মৃত্যু। দেশৰ বহুতো ৰাজ্যত হৈছে অক্সিজেনৰ…

May 16, 2021 0

আৰক্ষীয়েই কৰিলে চুৰি! কেমেৰাত বন্দী সমগ্ৰ দৃশ্য, নিলম্বিত

By NEWS DESK

নিউজ ডেস্ক। যেন সৰিয়হৰ ডুলিতেই ভূত। খাকি পোছাকধাৰীক দেখা গল চোৰৰ ৰূপত। যিয়ে সদায় অপৰাধীক ধৰে, তেওঁৱেই হ’ল অপৰাধী। এইবাৰ…

May 16, 2021 0

আৰম্ভ হ’ল বছৰৰ প্ৰথমটাে ঘূৰ্ণী টাউতেৰ ধ্বংসলীলা, মৃত্যু ৪

By NEWS DESK

নিউজ ডেস্ক। ভয়ংকৰভাৱে শক্তি বাঢ়িছে ঘূৰ্ণী বতাহ টাউতেৰ। দেশত বৰ্তমান ভয়ংকৰ ৰূপ লৈছে কোৰোনা মহামাৰীয়ে। তাৰ লগে লগে ভূতৰ ওপৰত…

May 15, 2021 0

অল কায়দাৰ সদস্য কাৰাবন্দী চিকিৎসকে ক’ভিড ৰােগীৰ চিকিৎসাৰ অনুমতি বিচাৰি জনালে আৱেদন

By NEWS DESK

নিউজ ডেস্ক। মহামাৰী কোৰোনাই সৃষ্টি কৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ। তেনে অৱস্থাত সকলোৱে বিচাৰিছে আৰ্তজনক সহায় কৰিবলৈ। তেনে সময়তে পোহৰলৈ আহিছে…

May 15, 2021 0

ক’ভিডৰ পৰা সুস্থ হােৱাৰ পাছত বীৰ শ্বহীদ ভগত সিঙৰ ভতিজাৰ মৃত্যু

By NEWS DESK

নিউজ ডেস্ক। শ্বহীদ-এ-আজম ভগত সিঙৰ ভতিজাক অভয় সিং সন্ধুৰ মৃত্যু। ক’ভিড-১৯ জনিত শাৰীৰিক জটিলতাৰ বাবেহে মৃত্যু অভয় সিং সন্ধুৰ। শুকুৰবাৰে…

May 15, 2021 0

জন্মদিন উদযাপন কৰি ঘূৰি আহোতে ডাম্পাৰৰ খুন্দাত আৰক্ষী জোৱানসহ ৩ জনৰ মৃত্যু

By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। বন্ধুৰ সৈতে নিজৰ ওপজা দিন উদযাপন কৰি ঘৰলৈ ওভতাৰ পথত সংঘটিত দুৰ্ঘটনাত মৃত্যু আৰক্ষী…

May 15, 2021 0

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃৰ ক’ভিড-১৯ত মৃত্যু

By NEWS DESK

নিউজ ডেস্ক। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ মমতা বেনাৰ্জীৰ ভাতৃৰ অসীম বেনাৰ্জীৰ ক’ভিড-১৯ত মৃত্যু। জানিব পৰা মতে, ক’ভিড-১৯ত সংক্ৰমতি হৈ বিগত এমাহ ধৰি…