Thu. Oct 1st, 2020

MANIPUR

Latest news from Manipur. মণিপুৰ ৰাজ্যৰ শেহতীয়া খবৰ

নাভূত-নাশ্ৰুত! চৰকাৰে আৰক্ষী বিষয়াৰ পৰা ঘূৰাই ল’লে মুখ্যমন্ত্ৰীৰ মেডেল! তদন্ত ঘােষণা

প্ৰত্যেক ৰাজ্যৰ চৰকাৰে স্বাধীনতা দিৱসত ৰাজ্যৰ সৎ, সাহসী আৰু নিষ্ঠাবান আৰক্ষী সকলক উৎসাহিত কৰিবলৈ প্ৰদান কৰে মুখ্যমন্ত্ৰীৰ সাহসী বঁটা। এইবাৰো…

আলফা(স্বা)-মণিপুৰী উগ্ৰপন্থীৰ কূটাঘাতঃ মণিপুৰত উপস্থিত আছাম ৰাইফলছৰ মুৰব্বী

নিউজ ডেস্ক। আইন শৃংখলা, অভিযান আৰু নিৰাপত্তা সম্বন্ধীয় পৰিৱেশ-পৰিস্থিতিৰ বুজ ল’বলৈ বাবে বৃহস্পতিবাৰে মণিপুৰত উপস্থিত হয় অসম ৰাইফলছৰ সঞ্চালক প্ৰধান…

আটক হ’ল ড্ৰাগ্ছ মাফিয়াৰ বিৰুদ্ধে জেহাদ ঘােষণা কৰি দেশজুৰি চৰ্চিত হােৱা লেডী সিংঘাম

নিউজ ডেস্ক। মণিপুৰত সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়া চক্ৰৰ বিৰুদ্ধে জেহাদ ঘােষণা কৰি দেশজুৰি চৰ্চিত হােৱা মণিপুৰৰ লেডী সিংঘাম নিজেই আটক…

উগ্ৰপন্থীৰ নৃশংসতাত মাউৰা হ’ল প্ৰণয়ৰ দুই শিশু কন্যা, শোকস্তব্ধ বজালী

নিউজ ডেস্ক। মণিপুৰৰ চান্দেল জিলাত নিষিদ্ধ ঘােষিত উগ্ৰপন্থী সংগঠন আলফা (স্বা), MNPF তথা RPF ৰ যৌথ এম্বুছত শ্বহীদ হ’ল আছাম…

আলফা (স্বা), MNPF, RPF ৰ যৌথ কূটাঘাটত নিহত অসমৰ প্ৰণয় কলিতাসহ ৩ জােৱান

নিউজ ডেস্ক। অসমৰ প্ৰতিবেশী ৰাজ্য মণিপুৰৰ চান্দেল জিলাত বৃহস্পতিবাৰ পুৱা ৮.৩੦ বজাত সংঘটিত হ’ল ভয়ংকৰ এম্বুছৰ ঘটনা। আছাম ৰাইফলছৰ এটা…

৪০ কোটি টকা মূল্যৰ হেৰ’ইন সহ মণিপুৰৰ দুই যুৱক দিল্লীত গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক। অলপতে মণিপুৰৰ এগৰাকী উপ আৰক্ষী অধীক্ষক থৌনাউজা ব্ৰিন্দাই মণিপুৰত চলি থকা ড্ৰাগছৰ অবাধ বেহাৰ ঘটনা পোহৰলৈ আনি দেশজুৰি…

পিষ্টলেৰে নিজৰ মূৰত গুলীয়ালে আইন-শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে!

নিউজ ডেস্ক। জনতাৰ সুৰক্ষাৰ বাবে অতন্দ্ৰ প্ৰহৰী ৰূপে সেৱা আগবঢ়ায় আৰক্ষীয়ে। সেই আৰক্ষীয়ে সংঘটিত কৰিছে এক ভয়ংকৰ ঘটনা। কোনো নিম্ন…

ঘৰ নিৰ্মাণৰ বাবে মাটি খান্দােতে ওলাল বিশ্বযুদ্ধৰ বিস্ফােৰক সামগ্ৰী!

নিউজ ডেস্ক। দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে সমগ্ৰ উত্তৰ পূবত। এইবাৰ মণিপুৰত উদ্ধাৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ বিস্ফোৰক সামগ্ৰী।…

ভাৰতে নেপাললৈ ঘূৰাই পঠিয়ালে নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা ২১ নেপালী কিশােৰী-মহিলা

নিউজ ডেস্ক। নেপালত সক্ৰিয় হৈ থকা শক্তিশালী নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলত পৰি বিদেশলৈ অবৈধভাৱে যাত্ৰা কৰিছে বহু কিশােৰী-মহিলাই। তেনে চক্ৰৰ…