Category: ARUNACHAL PRADESH

Latest news from Arunachal Pradesh অৰুণাচল প্ৰদেশৰ শেহতীয়া খবৰ

July 11, 2020 0

সংঘৰ্ষত নিহত ৬ NSCN-IM কেডাৰ, জব্দ চীনত নিৰ্মিত মাৰণাস্ত্ৰ

By NEWS DESK

নিউজ ডেস্ক। শনিবাৰে পুৱতি নিশা অৰুণাচল প্ৰদেশৰ খুনছাত সংঘটিত হয় এক সংঘৰ্ষৰ ঘটনা। অৰুণাচল আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত…

July 10, 2020 0

ভয়াৱহ ভূমিস্খলনত ৮ মহীয়া শিশুসহ ৪ জনৰ কৰুণ মৃত্যু

By NEWS DESK

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশত বান-ভূমিস্খলনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ পাপুমপাৰে জিলাত মাজনিশা সংঘটিত ভূমিস্খলনৰ ঘটনাত এটি ৮…

July 10, 2020 0

অৰুণাচল প্ৰদেশত বানৰ বিভীষিকা, বানত আবদ্ধ দুজনক উদ্ধাৰ

By NEWS DESK

নেশ্যনেল ডেস্ক। অৰুনাচল প্ৰদেশৰ পূৱ চিয়াং জিলাত এতিয়া বানৰ বিভীষিকা। জিলাখনৰ চিয়াং আৰু চিবু কৰেঙ নদী দুখনৰ বাঢ়নী পানীয়ে পাচিঘাটত…

July 3, 2020 0

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত সেনাৰ ব্যাপক তৎপৰতা, PLAৰ ওপৰত চােকা দৃষ্টি

By NEWS DESK

নিউজ ডেস্ক। ক্ৰমাৎ যেন যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ভাৰত-চীন সীমান্তত। লাডাখৰ ঘটনাৰ পাছত অৰুণাচল প্ৰদেশৰ চীন সীমান্ততাে তৎপৰ হৈ পৰিছে…

May 29, 2020 0

লক্ষ্য চীন-ম্যানমাৰ সীমান্ত! অসমত মােতায়েন অত্যাধুনিক চিনুক হেলিকপ্টাৰ

By NEWS DESK

ডিব্ৰুগড়ৰ মােহনবাৰী বায়ুসেনা ঘাটিত মােতায়েন চিনুক হেলিকপ্টাৰ নিউজ ডেস্ক। শেহতীয়াভাৱে ভাৰত-চীন সীমান্তত সৃষ্টি হােৱা উত্তেজনাময় পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা…

May 28, 2020 0

সেনা-আৰক্ষীৰ যুটীয়া অভিযানত অৰুণাচলৰ চাংলাং জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ !

By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ । তাৰ মাজতে সেনা আৰক্ষীৰ বৃহৎ সফলতা । অৰুণাচলৰ চাংলাং…