অসম

BCCI-ৰ নতুন সমিতি গঠন, যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত অসমৰ দেৱজিৎ শইকীয়া

BCCI-ৰ নতুন সমিতি গঠন।

বি চি চি আইৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হৈছে অসমৰ দেৱজিৎ শইকীয়া।

আগন্তুক ৩ বছৰীয়া কাৰ্যকালৰ বাবে BCCIৰ নতুন কমিটী গঠন।

মুম্বাইৰ হোটেল তাজত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত দেৱজিৎ শইকীয়াক যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়।

আনুষ্ঠানিকভাৱে শপত গ্ৰহণ BCCIৰ নতুন APEX কমিটীৰ।

উল্লেখ্য যে যুটীয়া সম্পাদকৰ পদত বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে দেৱজিৎ শইকীয়া।

আনহাতে, সভাপতি হিচাপে ৰজাৰ বিন্নী আৰু সম্পাদক হিচাপে জয় শ্বাহ নিৰ্বাচিত হৈছে।

Related Articles

Back to top button