কৰ’ণাৰ সন্ত্ৰাসঃ স্থগিত হ’ল বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ পৰীক্ষা !

কৰ’ণাৰ সন্ত্ৰাসঃ স্থগিত হ’ল বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ পৰীক্ষা !

July 31, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ।

প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশত বন্ধ হৈ আছে স্কুল-কলেজ ।

এইবাৰ স্থগিত হ’ল বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ পৰীক্ষা ।

BAR COUNCIL OF INDIA URGED TO LG, POLICE COMMISSIONER FOR PROPER ...

১৬ আগষ্টত অনুষ্ঠিত হ’ব লগা কথা আছিল এই পৰীক্ষা ।

বাৰ কাউন্সিল অৱ ইণ্ডিয়াই প্ৰকাশ কৰিলে এই তথ্য ।

লগতে পৰীক্ষাৰ আৱেদনৰ সময়সীমা ৩১ আগষ্টলৈকে বৃদ্ধি কৰিছে বাৰ কাউন্সিলে ।