জৰাজীৰ্ণ ৰাজপথত ভূইঁ ৰুই প্ৰতিবাদ ৰাইজৰ

জৰাজীৰ্ণ ৰাজপথত ভূইঁ ৰুই প্ৰতিবাদ ৰাইজৰ

June 24, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ ইয়াছিন আলী। বঙাইগাঁও জিলাৰ কোকিলাৰ নাম্বাৰপাৰা ৰাজপথত ভূইঁ ৰুই প্ৰতিবাদ।

নাম্বাৰপাৰা-অদলাগুৰী গঢ়কাপ্তানি পথ মেৰামতিৰ দাবীত প্ৰতিবাদ ৰাইজৰ।

দীৰ্ঘদিন ধৰি পথটো জৰাজীৰ্ণ হৈ থকাৰ লগতে কদৰ্যময় হৈ আছে যদিও প্ৰসাশন বা জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ।

পথটোৰে অহা যোৱা কৰিব নোৱাৰে এম্বুলেঞ্চৰ লগতে কোনো যান-বাহন।

গঢ়কাপ্তানি বিভাগ হায় হায়, অসম চৰকাৰ হায় হায়, স্থানীয় বিধায়ক আব্দুল হাই নাগৰি হায় হায়, সাংসদ আব্দুল খালেক হায় হায় আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰ।

শীঘ্ৰেই পথটো পকীকৰণ নাইবা মেৰামতিৰ দাবী জনায়। অন্যথাই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি ৰাইজৰ।