বজ্ৰপাতৰ পৰা সুৰক্ষাৰ বাবে কি কৰিব, কি নকৰিব? ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ পৰামৰ্শ

বজ্ৰপাতৰ পৰা সুৰক্ষাৰ বাবে কি কৰিব, কি নকৰিব? ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ পৰামৰ্শ

June 27, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। শেহতীয়াভাৱে উত্তৰ-প্ৰদেশ, বিহাৰ আদি ৰাজ্যত বজ্ৰপাতত শতাধিক লােকৰ মৃত্যু হােৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ক’ৰনা, বানপানী, মূল্যবৃদ্ধিৰ দৰে এশ এবুৰি সমস্যাত জৰ্জৰিত জনসাধাৰণৰ বাবে বিপজ্জনক হৈ পৰিছে মনচুনৰ বাৰিষা।

এই প্ৰাকৃতিক দুৰ্যােগৰ পৰা হাত সাৰিবলৈ কিছু পৰামৰ্শৱলী জাৰি কৰিছে ৰাষ্ট্ৰীয় দুৰ্যােগ প্ৰশমন প্ৰাধিকৰণ চমুকৈ, NDMAই।

চাওক ভিডিঅঃ

উল্লেখ্য যে অসমতাে প্ৰতিবছৰে মনচুনৰ সময়ত বজ্ৰপাতত বহু লােকে প্ৰাণ হেৰুৱাইছে।

একমাত্ৰ অসাৱধানতাৰ বাবে প্ৰতি বছৰে এনে ঘটনাত আহত-নিহতৰ সংখ্যা বৃদ্ধি পাইছে।