আনলক ৩.০: অসমত প্ৰযোজ্য নহয় কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা !

আনলক ৩.০: অসমত প্ৰযোজ্য নহয় কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা !

July 31, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- ১ আগষ্টৰ পৰা দেশত প্ৰযোজ্য হ’ব আনলক ৩.০ ।

যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা ।

COVID-19: MHA Announces Unlock 3.0 Guidelines, Night Curfew Lifted

কিন্তু অসমত প্ৰযোজ্য নহয় আনল’ক ৩.০ ।

অহা ১৫ আগষ্টলৈকে বৰ্তমানৰ নীতি নিৰ্দেশনা সমূহেই অসমত বাহাল থাকিব ।

তদুপৰি ১৫ আগষ্টলৈকে বাহাল থাকিব সান্ধ্যা আইনো ।

এই কথা সদৰি কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে যিখিনি নিৰ্দেশাৱলী পূৰ্বতে ৰাজ্য চৰকাৰে জাৰি কৰিছিল, সেই হিচাপতে চলি থাকিব ।