APSC কেলেংকাৰীৰ আন এক তথ্য পোহৰলৈঃ পৰীক্ষা নিয়ন্ত্ৰকে জ্বলাই দিছিল ৪৯ হাজাৰ বহী…

APSC কেলেংকাৰীৰ আন এক ভয়ংকৰ তথ্য পোহৰলৈ।

পৰীক্ষা নিয়ন্ত্ৰকে জ্বলাই দিছিল APSC ৰ ৪৯ হাজাৰ বহী।

ন্যায়িক তদন্ত আয়োগৰ অনুসন্ধানত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য।

পৰীক্ষা নিয়ন্ত্ৰক হিচাপে থকাৰ সময়ত নন্দবাবু সিঙে জ্বলাই দিছিল ৪৯ হাজাৰ বহী।

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ অন্যতম সংগী নন্দবাবু সিং।

নন্দবাবু সিঙলৈ জাননী জাৰি কৰিছে তদন্ত আয়োগে।

১৫ দিনৰ ভিতৰত নন্দবাবু সিঙক ন্যায়িক তদন্ত আয়োগত হাজিৰ হোৱাৰ নিৰ্দেশ।

নন্দবাবু সিং আছিল আয়োগৰ পূৰ্বৰ মুখ্য পৰীক্ষা নিয়ন্ত্রক।

নন্দবাবু সিং আছিল আয়োগৰ পূৰ্বৰ মুখ্য পৰীক্ষা নিয়ন্ত্রক।