APSCৰ ২০২০ বৰ্ষৰ ফলাফল ঘোষণা, শীৰ্ষত উজলিল বাক্সাৰ বিজিত পাঠক…

APSCৰ ফলাফল ঘোষণা।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ২০২০ৰ CEEৰ ফলাফল ঘোষণা।

image 165
APSCৰ ২০২০ বৰ্ষৰ ফলাফল ঘোষণা, শীৰ্ষত উজলিল বাক্সাৰ বিজিত পাঠক... 8

ACS পদৰ বাবে বাছনি ১২১গৰাকী পৰীক্ষাৰ্থী। APSৰ বাবে বাছনি ৬৯গৰাকী পৰীক্ষাৰ্থী।

image 166
APSCৰ ২০২০ বৰ্ষৰ ফলাফল ঘোষণা, শীৰ্ষত উজলিল বাক্সাৰ বিজিত পাঠক... 9

কৰ অধীক্ষক পদৰ বাবে ৬গৰাকী পৰীক্ষাৰ্থী বাছনি। DTO পদৰ বাবে ৫গৰাকী পৰীক্ষাৰ্থীক বাছনি।

image 167
APSCৰ ২০২০ বৰ্ষৰ ফলাফল ঘোষণা, শীৰ্ষত উজলিল বাক্সাৰ বিজিত পাঠক... 10

শ্ৰম পৰিদৰ্শকৰ বাবে ১৮জনক বাছনি। কৰ পৰিদৰ্শক পদত ২৭গৰাকীক বাছনি। আবকাৰী পৰিদৰ্শক পদত ৭গৰাকীক বাছনি।

image 168
APSCৰ ২০২০ বৰ্ষৰ ফলাফল ঘোষণা, শীৰ্ষত উজলিল বাক্সাৰ বিজিত পাঠক... 11

BDO পদৰ বাবে ৩৩গৰাকী পৰীক্ষাৰ্থীক বাছনি। সহঃ নিয়োগ বিষয়া পদত ৪গৰাকীক বাছনি। উপ-পঞ্জীয়ক পদৰ বাবে ৩১গৰাকীক বাছনি।

image 169
APSCৰ ২০২০ বৰ্ষৰ ফলাফল ঘোষণা, শীৰ্ষত উজলিল বাক্সাৰ বিজিত পাঠক... 12

আনহাতে উদ্যোগ বিভাগৰ সহঃ প্ৰবন্ধক পদত ১০গৰাকী বাছনি।

APSCৰ ফলাফল তালিকাৰ শীৰ্ষত উজলিল বিজিত পাঠক।

বিজিত পাঠকৰ ঘৰ বাক্সাৰ নিকাছিত।

image 162
APSCৰ ২০২০ বৰ্ষৰ ফলাফল ঘোষণা, শীৰ্ষত উজলিল বাক্সাৰ বিজিত পাঠক... 13

APSCত উত্তীৰ্ণ ৩৩১গৰাকী প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

image 163
APSCৰ ২০২০ বৰ্ষৰ ফলাফল ঘোষণা, শীৰ্ষত উজলিল বাক্সাৰ বিজিত পাঠক... 14