ডাঙৰ খবৰ ! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি…

ডাঙৰ খবৰ ! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি…

August 2, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- দেশত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে ।

প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

এইবাৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ।

নিজে টুইটাৰযোগে এই কথা সদৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ।

কিছুদিন ধৰি জ্বৰ আৰু কাঁহত আক্ৰান্ত হৈ আছিল মন্ত্ৰীগৰাকী ।

বৰ্তমান চিকিতসাধীন হৈ আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকী ।