কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ দেহত ধৰা কৰ’ণা ভাইৰাছৰ আটাইবোৰ লক্ষণ !

কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ দেহত ধৰা কৰ’ণা ভাইৰাছৰ আটাইবোৰ লক্ষণ !

July 6, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে ।

প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

ইয়াৰ মাজতে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে কৃষক নেতা অখিল গগৈৰ ।

কিয়নো অখিল গগৈৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ আটাইবোৰ লক্ষণ ।

কিন্তু কাৰাৰুদ্ধ অখিলৰ চিকিৎসাৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷

আনকি কাৰাগাৰ কৰ্তৃপক্ষই স্বাৱ টেষ্টৰো ব্যৱস্থা কৰা নাই বুলি জানিব পৰা গৈছে ।