AIUDF ৰ বিধায়ক ফনী তালুকদাৰ পদত্যাগ।
AIUDFৰ সভাপতিলৈ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ।
কাইলৈ অৰ্থাৎ ১ ছেপ্তেম্বৰত বিজেপিত যোগদান কৰিব ফনী তালুকদাৰে।
মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুৱা বসন পিন্ধিব ভৱানীপুৰৰ বিধায়কজনে।
উল্লেখ্য যে, অসমত ৬ বিধানসভা সমষ্টিত নিশ্চিত হ’ল উপ-নিৰ্বাচন