অমিতাভ-অভিষেক বচ্চনৰ পিছত ঐশ্বৰ্য্য ৰায় আৰু কন্যা আৰাধ্যাৰ দেহত ধৰা পৰিছে কৰ’ণা !

অমিতাভ-অভিষেক বচ্চনৰ পিছত ঐশ্বৰ্য্য ৰায় আৰু কন্যা আৰাধ্যাৰ দেহত ধৰা পৰিছে কৰ’ণা !

July 12, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- দেশত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণাই ।

প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

বচ্চন পৰিয়ালতো কৰ’ণা ভাইৰাছে ধাৰণ কৰিছে সন্ত্ৰাসী ৰূপ ।

Image

অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ পিছত এইবাৰ কৰ’ণাত আক্ৰান্ত হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কন্যা আৰাধ্যা ।

বচ্চন পৰিয়ালত এনেদৰ্ ৪ জনকৈ সদস্যৰ দেহত কৰ’ণা পজিটিভ পোৱাৰ পাছতে এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।