অসম

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! ডকাইতে হত্যা কৰিলে ইমাম জৈনুদ্দিন আহমেদক…

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড।

মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড।

হাতীগাঁৱৰ ফ্রেইণ্ডছ পথৰ গৃহ নং ৪২ত সংঘটিত হৈছে এই হত্যাকাণ্ড।

আব্দুল হক নামৰ এজন অভিযন্তাৰ বাসগৃহত এই হত্যাকাণ্ড সংঘটিত হৈছে।

DbrZJV2k?format=jpg&name=small

মৃত লোকজন হৈছে ছিপাঝাৰৰ জৈনুদ্দিন আহমেদ।

গেলামাল দোকানৰ ব্যৱসায়ী আছিল মৃত জৈনুদ্দিন

হায়দৰাবাদত থাকে ঘৰটোৰ মালিক আব্দুল হক।

প্রাথমিক তদন্তত ডকাইতি কৰি হত্যাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

ঘৰৰ গ্রীলভাঙি বাসগৃহটোত নিশা সোমাইছিল হত্যাকাৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *