ভয়ংকৰ বাছ দুৰ্ঘটনা! ২৮জন লোকৰ মৃত্যু, আহত কেইবাজনো…

এক ভয়ংকৰ বাছ দুৰ্ঘটনা।

এই ভয়ংকৰ বাছ দুৰ্ঘটনাৰ ফলত এই পৰ্যন্ত ২৮জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো।

নেপালৰ মুংগ জিলাত মঙলবাৰে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

জানিব পৰা মতে বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাই নদীত পৰি যোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়।

TG2KFMkL?format=jpg&name=small

আৰক্ষীৰ মতে বাছত থকা প্ৰায়ভাগ যাত্ৰী দুৰ্গা পূজাৰ বাবে বিভিন্ন ঠাইৰ পৰা নিজৰ ঘৰলৈ আহি আছিল বুলি জানিব পৰা গৈছে।

মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি হব পাৰে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ।

আৰক্ষীৰ তদন্তৰ পৰা জানিব পৰা মতে বাছৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়।

Leave a Comment