অসম

পুনৰ আৰক্ষীৰ জালত আন্তঃৰাষ্ট্রীয় দুৰ্ধৰ্ষ গাড়ী চোৰ অনিল চৌহান…

পুনৰ আৰক্ষীৰ জালত আন্তঃৰাষ্ট্রীয় দুৰ্ধৰ্ষ গাড়ী চোৰ অনিল চৌহান।

ছমাহ পূৰ্বে জেলৰ পৰা ওলাইছিল কুখ্যাত গাড়ী চোৰটো।

এইবাৰ স্কৰপিঅ’ চুৰি গোচৰত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ গাড়ী চোৰ অনিল চৌহান।

আৰক্ষীয়ে জু-ৰোড জিলিকা পথৰ পৰা গ্ৰেপ্তাৰ অনিল চৌহন।

দিছপুৰ থানাত ৰুজু হৈ থকা ৪৪০৫/২১ গোচৰৰ ভিত্তিত অনিল চৌহানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

২০১৫ চনতো গাড়ী চুৰিৰ গোচৰত গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল অনিল চৌহান।

Leave a Reply

Your email address will not be published. Required fields are marked *