অসম

উত্তৰ পূব সীমান্ত ৰে’লৱেত নতুন সংযোজন, পুনৰ আন এখন ভিষ্টাডাম সেৱাৰ শুভাৰম্ভণি

উত্তৰ পূব সীমান্ত ৰে’লৱেত নতুন সংযোজন।

পুনৰ আন এখন ভিষ্টাডাম সেৱাৰ শুভাৰম্ভণি।

এইবাৰ অসমৰ সৈতে সংযোগ হ’ব অৰুণাচল প্ৰদেশ।

শনিবাৰে গুৱাহাটী-নাহৰলগুন আৰু নাহৰলগুন-নিউ তিনিচুকীয়া ভিষ্টাডম পযৰ্টক ৰেল সেৱাৰ শুভাৰম্ভণি কৰা হয়।

FG88xg-IUUAUYRa-F

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক ৰেলমন্ত্ৰী দৰ্শনা জাৰ্দোচে শনিবাৰে পুৱাৰ ভাগত আনুষ্ঠানিকভাৱে শুভাৰম্ভনি কৰে এই সেৱাৰ।

উক্ত অনুষ্ঠানত ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে উপস্থিত থাকে অৰুণাচলৰ মূখ্যমন্ত্ৰী পেমা খাণ্ডু।

ভিষ্টাডম ৰে’ল সেৱাৰ প্ৰতি জনতাৰ ব্যাপক সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে তিনিখন ভিষ্টাডম ৰে’ল মুকলি কৰা হয়।.

ইয়াৰে এখন গুৱাহাটীৰ পৰা নাহৰলগুনলৈ আৰু নাহৰলগুন-নিউ তিনিচুকীয়ালৈ। এখন ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা নাহৰলগুনলৈ যাব।

এখন গুৱাহাটীৰ পৰা নিউ হাফলং লৈ গৈছিল পূৰ্বতে, এতিয়া বদৰপুৰলৈ বঢ়োৱা হ’ব।

লগতে চাওকঃ

শােকাৱহ! চলন্ত অটোৰিক্সাৰ ওপৰত কন্টেইনাৰ বাগৰি পৰি ৪ জনৰ কৰুণ মৃত্যু

Leave a Reply

Your email address will not be published. Required fields are marked *