অসম
ৰিজ’ৰ্টত আঘাতপ্ৰাপ্ত জুবিন গাৰ্গ, হাস্পতালত ভৰ্তি…

অসুস্থ জুবিন গাৰ্গ!
ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি জুবিন গাৰ্গক।
বাথৰুমত পিছলি পৰি মূৰত আঘাত পাইছিল জুবিন গাৰ্গে।
ডিব্ৰুগড় মনোহাৰি ৰিজৰ্টৰ বাথৰুমত পিছলি পৰিছিল জুবিন।
মঙ্গলবাৰে নিশা ঢলি পৰিছিল জুবিন গাৰ্গ।
কিছু সময়ৰ পূৰ্বে হাস্পতালত ভৰ্তি কৰোৱা হৈছে জুবিনক।
চিকিৎসকৰ মতে জুবিনৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।