fbpx
অসমীয়াৰাষ্ট্ৰীয়

ৰানৱে’ৰ পৰা উৰা মৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ ভূপতিত প্ৰশিক্ষণ বিমান, কথমপি প্ৰাণৰক্ষা পাইলটৰ…

নিউজ ডেস্কঃ ৰানৱে’ৰ পৰা উৰা মৰাৰ সময়তে দুৰ্ঘটনাত পতিত এখন প্ৰশিক্ষণ বিমান।

বুধবাৰে কেৰালাৰ ৰাজীৱ গান্ধী একাডেমী ফৰ এভিয়েশ্যন টেকন’লজিত সংঘটিত হয় এই দুৰ্ঘটনা।

প্ৰশিক্ষণ বিমানখনে বিমানবন্দৰৰ পৰা উৰা মৰাৰ সময়তে আকস্মিকভাৱে দুৰ্ঘটনাটো সংঘটিত হয়।

অৱশ্যে সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোৰ পৰা প্ৰাণ ৰক্ষা পৰে বিমান পাইলটগৰাকীৰ।

এক প্ৰেছ বিজ্ঞপ্তিযোগে বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, পুৱা ১১.৩৬ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

Related Articles

Back to top button