fbpx
অসম

ৰাজ্য চৰকাৰৰ দুটাকৈ বিভাগৰ ১২০৮টা পদত আজি দিয়া হ’ব নিযুক্তি…

ৰাজ্য চৰকাৰৰ দুটাকৈ বিভাগত আজি দিয়া হ’ব নিযুক্তি।

স্বাস্থ্য আৰু আৰক্ষী বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব চৰকাৰে।

নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।

১২০৮টা পদৰ ভিতৰত ১১৩৬টা পদ স্বাস্থ্য বিভাগৰ আৰু ৭২টা পদ গৃহ বিভাগৰ।

অসম চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ এই নিযুক্তি প্ৰক্ৰিয়া।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!