অসম

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ মণ্ডলক লৈ ডাঙৰ সিদ্ধান্ত কেবিনেটৰ, সলনি হ’ব নাম…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

কেবিনেটত মণ্ডলক লৈ গ্ৰহণ কৰা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে সলনি হ’ব মণ্ডল পদৰ নাম।

মণ্ডল পদৰ নাম সলনি কৰাৰ ডাঙৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

মণ্ডলৰ সলনি এই পদৰ এতিয়া নতুন নাম হ’ব লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট।

নাম সলনিৰ লগতে এতিয়াৰে পৰা অন্য জিলাললৈও মণ্ডল সকলৰ বদলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। 

উল্লেখ্য যে, আগতে মণ্ডল জিলাৰ পৰা বদলি হোৱা নাছিল। এতিয়া এখন জিলাত ৫ বছৰ পৰ্যন্ত থাকিব পাৰিব এজন মণ্ডল। তাৰ পিছতে বদলি হ’ব অন্য জিলালৈ।

মণ্ডলৰ উপৰি কানানগো পদৰ নাম সলনি হৈ হ’ব Land Record Supervisor.

Inspector of Land Record জন Land Record Inspector হ’ব। তাৰ পিছত পদোন্নতি হৈ হ’ব লেণ্ড ৰেকৰ্ড অফিচাৰ।

Related Articles

Back to top button