Skip to toolbar
Sun. Sep 20th, 2020

ৰাজ্যৰ ৬০ হাজাৰ ভূমিহীন খিলঞ্জীয়া পৰিয়াললৈ চৰকাৰে প্ৰদান কৰিব ভূমিপট্টা।

৫ অক্টোবৰত চৰকাৰে প্ৰদান কৰিব ভূমিপট্টা।

সোমবাৰে অনুষ্ঠিত হোৱা ৰাজহ বিভাগৰ পৰ্যালোচনা বৈঠকত অনুষ্ঠিত লোৱা হয় এই সিদ্ধান্ত।

চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ লোকে লাভ কৰিব ভূমিপট্টা।

ইতিমধ্যেই ৪৬ হাজাৰ লোকে লাভ কৰিছে ভূমিপট্টা।

আনহাতে বৈঠকত লোৱা সিদ্ধন্ত অনুসৰি ২৪ ছেপ্তেম্বৰত উদ্ধোধন কৰা হ’ব ‘অৰুন্ধতী আঁচনি’।

যাৰ দ্বাৰা নৱবিবাহিতা পৰিয়ালক দিয়া হ’ব এতোলা সোণৰ মূল্য।