অসম
ৰাজ্যৰ ২৪ হাজাৰ গৃহৰক্ষী জোৱানলৈ সু-খবৰ, দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি…

ৰাজ্যৰ ২৪ হাজাৰ গৃহৰক্ষী জোৱানলৈ সু-খবৰ।
ৰাজ্যৰ গৃহ বিভাগে বৃদ্ধি কৰিছে গৃহৰক্ষী জোৱানৰ দৈনিক ভাট্টা।
গৃহৰক্ষী জোৱানৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি।
আজিৰে পৰা কাৰ্যকৰী হ’ব বৰ্ধিত ভাট্টা।
পূৰ্বে প্ৰশিক্ষণ সমাপ্ত কৰা জোৱানে পাইছিল দৈনিক ৩০০ টকা।
উন্নত প্ৰশিক্ষণ সমাপ্ত কৰা জোৱানে পাইছিল দৈনিক ৩১৫ টকা।
২৩,০১০ টকালৈ বৃদ্ধি হ’ব জোৱানৰ মাহিলি পাৰিতোষিক।
দীৰ্ঘদিন ধৰি ভাট্টা বৃদ্ধিৰ বাবে দাবী জনাইছিল গৃহৰক্ষী বাহিনীয়ে।
দাবীৰ প্ৰতি সঁহাৰি জনাই ভাট্টা বৃদ্ধিৰ সিদ্ধান্ত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।