ৰাজ্যৰ বিভিন্ন নিগম-নিকায়ৰ বিভিন্ন বিভাগত অধ্যক্ষ, উপাধ্যক্ষ নিযুক্তি।
এক জাননী যোগে সদৰি কৰে নতুন অধ্যক্ষ সকলৰ নাম।
সেই অনুসৰি…
অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদীপ কলিতা।
পৰ্যটন নিগমৰ উপাধ্যক্ষ হিচাপে দিলীপ দাসক নিযুক্তি।
পেট্ৰ’কেমিকেল লিমিটেডৰ উপাধ্যক্ষক হেমন্ত গগৈ।
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ (GMDA)ৰ উপাধ্যক্ষ নিযুক্তি মুকুতা ডেকা, আব্দুল মান্নান ফাৰুক
ৰাজ্যিক হাউছিং ব’ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত।

পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ লহকৰ।
অসম খনিজ উন্নয়ন নিগম লিমিটেড উপাধ্যক্ষ অশোক ভড়ালী।
আৰ্টফেডৰ উপাধক্ষ্য প্ৰহ্লাদ গোৱালা।
ফিছাৰী উন্নয়ন নিগমৰ উপাধ্যক্ষ নিযুক্ত নৱাৰুণ মেধি।
অসম ভৈয়াম জনজাতি উন্নয়ন নিগম উপাধ্যক্ষ বলেন্দ্ৰ মুছাহাৰী।
ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ উপাধ্যক্ষ যতীৰিন্দ্ৰ বৰ্মন।
পিছপৰা জাতিৰ উন্নয়ন নিগমৰ উপাধ্যক্ষ বিশ্বজিৎ ৰায়।
নগৰ পানী যোগানৰ উপাধ্যক্ষ কৃষ্ণমণি চুতীয়া।
গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ।
ফিছফেডৰ উপাধ্যক্ষ দীলু শৰ্মা।

ভাষিক সংখ্যালঘু পৰিষদৰ উপাধ্যক্ষ সুকুমাৰ বিশ্বাস।
কৃষি বিপনণ পৰিষদৰ উপাধ্যক্ষ জয়ন্ত ডেকা।
চৰকাৰী বিপণন নিগমৰ উপাধ্যক্ষ বিতুপন ৰাইদিঙীয়া।
জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উপাধ্যক্ষ অশোক বৰঠাকুৰ।
এমট্ৰনৰ উপাধ্যক্ষ ৰিতুবৰণ শৰ্মা।
চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উপাধ্যক্ষ ড০ আলেখ্য বৰুৱা।
সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ ৰাজবীৰ সিং।
সংখ্যালঘু উন্নয়ন বিত্ত নিগমৰ অধ্যক্ষ জাভেদ ইছলাম।
সংখ্যালঘু উন্নয়ন বিত্ত নিগমৰ উপাধ্যক্ষ খলিলুৰ ৰহমান।
পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ নিগমৰ উপাধ্যক্ষ অৰুণ তেৰাং।
ডি এন পি নিগমৰ উপাধ্যক্ষ অশ্বিনী পাইট।
পশুধন উন্নয়ন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকটকী।
ট্ৰেড প্ৰম’শ্যন অৰ্গেনাইজেশ্যনৰ উপাধ্যক্ষ মধু ডেকা।
হাইড্ৰ’কাৰ্বন এনাৰ্জী কোম্পানীৰ উপাধ্যক্ষ শিৱাজী ডুবে।
চাহ নিগমৰ উপাধ্যক্ষ শিৱ ভদ্ৰ।
চাহ উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মা।
চাহ উন্নয়ন নিগমৰ উপাধ্যক্ষ প্ৰফুল্ল বৰা।
প্ৰণাম কমিছনৰ সদস্য ড০ বিদ্যাৱতী দাস।
খাদী আৰু গ্ৰামোদ্যোগৰ উপাধ্যক্ষ হৰেণ দেউৰী।
বীজ নিগমৰ উপাধ্যক্ষৰ উপাধ্যক্ষ পৱন বেদিয়া।
এপিডিচিএলৰ সঞ্চালক ড০ প্ৰকাশ কাশ্যপ, যতীন বৰা, দেৱজিত মহন্ত, ধ্ৰুৱ প্ৰসাদ বৈশ্য, নৱ বৈশ্য আৰু তৰুণ বৰুৱা মৰাণ
ব’ৰ্ড অব স্প’ৰ্ট্ছৰ উপাধ্যক্ষ মৃগাংগ বৰ্মন।
য়ুথ কমিছন অসমৰ অধ্যক্ষ তৰংগ গগৈ।
য়ুথ কমিছন অসমৰ উপাধ্যক্ষ অনুপ বৰ্মন, অৰুণজ্যোতি মৰাণ।
য়ুথ কমিছন অসমৰ সদস্য ৰাতুল শৰ্মা, ঋষিৰাজ হাজৰিকাক নিযুক্তি।