অসম

ৰাজ্যত পুনৰ মুষলধাৰ বৰষুণৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী…

পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী।

আগন্তুক ৪ দিনত ৰাজ্যত পুনৰ মুষলধাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা।

অসমৰ লগতে চুবুৰীয়া ৰাজ্যতো সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্রই।

অসমৰ লগতে ইয়াৰ চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নগালেণ্ডত জাৰি কৰা হৈছে সতৰ্কবাণী।

অসমত আগন্তুক ৪ দিনৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্ক বাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ।

আজিৰে পৰা অহা ২৪ জুন শুকুৰবাৰলৈ এই সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

অসমৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটী মহানগৰীতে ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে।

Related Articles

Back to top button